THIS is why so many are getting caught Get link Facebook X Pinterest Email Other Apps December 11, 2016 THIS is why so many money launderers are getting caught. And it will only get worse http://www.opindia.com/2016/12/this-is-why-so-many-money-launderers-are-getting-caught-and-it-will-only-get-worse/ Get link Facebook X Pinterest Email Other Apps Comments
হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম December 09, 2016 " সপোন দেখিছিলা আইক পূজাৰ বিদেশী শতৰু খেদি, মনৰ আশা মনতেই ৰাখি আঁতৰি গ'লাগৈ গুচি, হে মহান তুমি , হে শ্বহীদ তুমি ।। সপোন দেখিছিলা আইক পূজাৰ..... এয়াতো নহয় মৰণ তোমাৰ ই সাহস জনজীৱনৰ এয়া যে প্ৰভাত নতুন দিনৰ প্ৰতিশ্ৰুতি এক নৱ সমাজৰ । অসমী আইৰ কোলাত তুমি হ'বা এগচি চাকি, হে মহান তুমি , হে শ্বহীদ তুমি ।।" ১০/১২/১৯৭৯ ৰ সন্ধিয়া বাতৰিত শুনিলোঁ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত নিহত হ'ল বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱৰ নিবাসী পিতৃ গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা দেৱীৰ পুত্ৰ খৰ্গেশ্বৰ তালুকদাৰৰ । ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ তেওঁ । সেইদিনা নিশা আমি ধেমাজিত আছিলো । সেই ৰাতিয়েই এক শোকাকুল পৰিবেশত সু শিল্পী শ্ৰীমৃগেন বৰকটকীয়ে এই গীতটি ৰচনা কৰি সুৰ কৰিছিল । পূৱা অগণন ৰাইজৰ সন্মুখত আমি সকলোৱে এই গীত পৰিবেশন কৰোতে মানুহৰ মাজত কান্দোনৰ ৰোল উঠিছিল । আজিও গাৰ নোম শিয়ৰী উঠে । প্ৰায় ৩৬ টা বছৰৰ পিছত গীতটি উল্লেখ কৰোতে হয়টো দুই এটা শব্দৰ ইফাল সিফাল হ'ব পাৰি । কিন্তু সেইদিনাৰ পৰাই মনৰ সংকল্প শ্বহ... Read more
কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ? December 17, 2016 কৃত্ৰিম বানপানী ৰোধকৰাৰ বাবে কাম কৰাৰ এইয়া উপযুক্ত সময় । তাৰবাবে চৰকাৰে পৰিকল্পনা কৰি কামত হাত দিব লাগিছিল । কৰিব লগা কামৰ ভিতৰত মুখ্যতঃ :- * বৰ্তমান থকা নৰ্দমা সমূহৰ পৰিস্কাৰ কৰণৰ কাম । নিৰ্মান হোৱা নৰ্দমাৰ ভিতৰত ৰৈ যোৱা বস্তা , পিচত আমি পেলোৱা পলিথিনত আবদ্ধ ময়লা, বটল-টিং আদি । * প্ৰতি ঘৰৰপৰা পকীনলাৰে মূলনলালৈ পানী অহাৰ বাধ্যতামূলক ব্যৱস্থা কৰা । সেই কামৰ তদাৰক কৰাটো গৃহ নিৰ্মাণ অনুমতি দিয়া বিভাগ বোৰৰ । কিন্তু তেওঁলোকে সেই কাম নকৰে । সেইটো নিশ্চিত নহ'লে অন্য সুবিধাৰ পৰা বঞ্চিত কৰিবৰ আইনগত ব্যৱস্থা হওঁক । * যতেই নিৰ্মাণৰ অনুমতি দিয়া হয় তাত নিৰ্মাণ কৰিবলৈ লোৱা গৃহৰ কেউফালে এৰিব লগা জোখৰ মাটি এৰাটো নিশ্চিত কৰিব লাগে । অনুমতি সমূহৰ তেতিয়াহে অৰ্থ থাকে । এতিয়া বহু ঠাইত সীমা দেৱালত ঘৰৰ বা গেৰেজৰ দেৱাল হৈ আছে । তেনে সকলৰ বৰষুণৰ পানী ক'লৈ যাব ? সেইবোৰ কোনে চাব ? বহু দ্ৰইং এনে আহে যিবোৰ স্বাক্ষৰ কৰা technical person এ সেই ভূমি দেখি পোৱাই নাই বা সঠিক আকাৰো নেজানে । এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা । * ঘৰৰ ভেটিৰ উচ্চতা পথৰ উচ্চতাৰ পৰা ২.৫ ফুট হ'ব পাৰে । তাৰ বাবে প্ৰতি এলাকাত G... Read more
মিতব্যয়ী হওক আৰু বৰ্তমান অৱস্থাৰ সৈতে সংগতি ৰাখি বাস্তৱৰ সৈতে আগবঢ়াৰ অভ্যাস কৰক ! February 09, 2025 Read more
Comments
Post a Comment