শিলচৰ ন্যস্তস্বাৰ্থৰ লবিৰ পৰা মুক্ত হৈ উন্নতি কেতিয়া কৰিব ?
আজি এজন অতি পুৰণা কাৰ্য্যকৰ্তা পালোঁ যি শিলচৰত থাকে । তেখেতৰ পৰা শিলচৰৰ বাট-পথৰ সম্পৰ্কে আৰু তাত ঠিকাদাৰ সকলৰ লবি কেন্দ্রিক স্থিতিৰ বাবে বাট পথৰ পুনঃ নিৰ্মাণত জটিলতা সম্পৰ্কে বহু কথা জানিলোঁ । 55KM পথত গাড়ীৰে যাবলৈ তিনি ঘণ্টা লাগে । Private car দুই-আঢ়ৈ ঘণ্টাত যায় ।
কোনে কিমান percentage ত কোনটো কাম ল'ব সেইটো ঠিকাদাৰ সকলে সিদ্ধান্ত কৰি দিছিল কংগ্ৰেছ চৰকাৰৰ (নক্ষত্ৰৰ দিনত ) দিনত । এতিয়াও সেই লবি অতি সক্ৰিয় থকাই ঠাইডোখৰৰ বাট পথৰ উন্নতিৰ বাবে #পৰিমল #বাবুৱে কিমান কি কৰিব তাত সন্দেহ । এইসকল জাতি দ্ৰোহীক উৎখাত্ কৰাটো চৰকাৰৰ প্ৰথম কাম হোৱা উচিত । ৰাজ্য চৰকাৰৰ কথা বাদেই , BG passenger Rail খন চলাবলৈ চৰকাৰৰ দুবছৰ সময় লাগিল । HD Debagaura ই তাহানিতে আধাৰশিলা কৰা BG rail line কৰোতেই বহু বছৰ লাগিল । শেষত সম্পূর্ণ হৈও UPA চৰকাৰে লবি কেন্দ্রিক কাৰণতে Passenger train চলাব নোৱাৰিলে । এখন গোপন চিঠি কেনেবাকৈ কাৰোবাৰ যোগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনোবা এজন সাংসদৰ হাতত পৰিহে অৱশেষত ৰেল চলিল হেনো । শিলচৰৰ এচাম উচ্চাকাঙ্খী(!!) লোকৰ বাবেই ঠাই খনৰ উন্নতি সম্ভৱ হৈ নুঠে ।

Comments
Post a Comment