চৰকাৰে চক্ৰবেহু তৈয়াৰ কৰাত পলম কৰিছে কিয় ?
বহু মাহ অতিবাহিত হ'ল । চৰকাৰে ৰাজ্যিক নিকায়-নিগম আৰু জিলা পৰ্যায়ৰ আইনজ্ঞ সমূহৰ কাম কাজ আগৰ চৰকাৰৰ মানুহেৰে কিমান দিন চলাব ?? সিদ্ধান্ত সমূহ লোৱাত অধিক পলম হোৱা নাইনে ? সকলো ঠাইত কৰ্মক্ষম ব্যক্তিৰ নিয়োগ কৰিলেহে চৰকাৰৰ আঁচনি সমূহৰ ৰূপায়ন সফল হ'ল হেতেন !! আদালতত চৰকাৰ সদায় হাৰে । সেইটো দুৰ্বল আইনজ্ঞ হওক বা বিপক্ষৰ লগত মিলা মিচ-মিচাৰ বাবেই হয় সাধাৰণতে ।
এতিয়া এই দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধত চৰকাৰৰ পক্ষে কোনে সৱল যুক্তি দিব ? নে এইবোৰ সকলো পণ্ডাশ্ৰম হ'ব ? চৰকাৰে সকলো ক্ষেত্ৰত ৰাজনৈতিক দৃষ্টিৰে সংস্থাপন পদ্ধতি ত্যাগ কৰিব পাৰিলেহে পৰিবৰ্তন সংস্কাৰিত ৰূপত হ'ব । বহুত সময় গ'ল । খৰখেদা কৰক । উপযুক্ততা বিচাৰ নে ৰাজনৈতিক সংস্থাপনৰ বাবে ঠেলা হেঁচাত পলম হৈছে তাক লৈ ৰাইজৰ মাজত ভিন্ন চৰ্চা আৰম্ভ হৈছে । এই বিষয়বোৰত চৰকাৰে লক্ষ্য দিয়া দৰকাৰ ।
"Good governance is an indeterminate term to describe how public institutions conduct public affairs and manage public resources."

Comments
Post a Comment