ৰাজনৈতিক সংস্থাপনৰ তাগিদা আৰু উন্নয়ন প্ৰাধিকৰণ
অসমৰ উন্নয়ন প্ৰাধিকৰণ সমূহৰ কৰ্মচাৰী সংস্থাৰ তিনিদিনিয়া অধিবেশনত উলিওৱা স্মৃতি গ্ৰন্থত মোৰ এটি লেখা প্ৰকাশ কৰি তেখেতসকলৰ যি স্নেহ প্ৰকাশ কৰিলে তাৰবাবে তেখেতসকলৰ প্ৰতি ধন্যবাদ জনাইছোঁ ।
চৰকাৰে অপৰিকল্পিত ভাবে কৰা পৰিকল্পনাৰ কু ফল তেখেতসকলৰ জীৱন যাত্ৰাৰ পদে পদে দেখি আমি মৰ্মাহঁত হওঁ । অকল সমালোচনা কৰিলেও নহ'ব । কোনো দৰমহাৰ নিশ্চয়তা নোহোৱা , কোনো দৰমহা গাঠনি নোহোৱাকৈ আজিৰ দিনত চলিবলৈ বাধ্য কৰা এটা বিভাগ এইটো । চৰকাৰৰ একমাত্র দায়িত্ব একোজন ৰাজনৈতিক ব্যক্তিক সভাপতি হিচাপে প্ৰাধিকৰণ সমূহত সংস্থাপন মাত্ৰ

Comments
Post a Comment