স্বাস্থ্যমন্ত্ৰী আৰু অসমৰ চিকিৎসকৰ বক্তব্য
ডাক্তৰ ভৃংগেশ্বৰ শৰ্ম্মাৰ এই লেখা স্বাস্থ্য খণ্ডৰ সংস্কাৰৰ বাবে অতি মূল্যবান আৰু এইটো চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী মহোদয়ে পঢ়াৰ দৰকাৰ । অলপদিন আগতে যোৰহাটৰ এখন নাৰ্চিং হোমত মোৰ ভতিজা এজনী আছিল । সেইখনৰ ফটো সহ মই লিখিছিলো । ৰোগীৰ বাবে নুন্যত্বম থাকিব লগা সুবিধা খিনি তাত নাই । একমাত্র চিৰি বগাই দ্বিতীয় মহলাত খবৰটো লৈ এবাৰেই নামি আহিলোঁ আৰু প্ৰায় বহু সময় তলতে বহি থাকিলো । অন্য attendant বিলাকৰ কি হ'ব । তেনে নাৰ্চিং হোম আৰু আছে । AT Road টো বন্ধ কৰি তাত পাৰ্কিং । চৰকাৰে এইবোৰ বনাবলৈ অনুমতি দিওঁতে কি বুলি দিছিল নেজানো । মই জনাত দুই এখনৰ অনুমতি নাৰ্চ হোষ্টেল বুলিয়েই আছে । কিন্তু সেইবোৰ কেবিন বা #Immediate #Currency #Unearthing room হে ।
এনেকুৱা নাৰ্চি হোমো আছে যাৰ সন্মুখত গাড়ী বাদেই , স্কুটাৰ এখন ৰাখিবলৈ ঠাই নাই । 94 বয়সৰ দেউতাক লৈ প্ৰায়ে এখন নাৰ্চি হোমত যাব লগা হয় ভাল চিকিৎসক দুজনমান আছে বাবে । সদায় Security একোজনে আগচি ধৰি কয় -"গাড়ী A.T.Road ৰ কাষত থওঁক ।" মই তাৰ পৰা দেউতাক পিঠিত কেনেকৈ নিও? তাতে আমি আমাৰ ৰোগী সকলক থওঁ আৰু একোজন আহি দৈনিক অকল pressure টো record কৰি 400 টকা bill কৰে । তেখেতৰ কাম কেৱল আবেলিৰ বেলা সমগ্র ৰোগীৰ pressure চোৱা । যিটো নাৰ্চ এগৰাকীয়েও কৰিব পাৰে । ৰাতি দুই বজাত ৰোগীক জগাই দুৱাৰমুখৰ পৰা "কি খবৰ " বুলি সুধি ৪০০ টকা বিলত যোগ কৰা চিকিৎসকৰো নাৰ্চি হোমত অভাৱ নাই । স্বাস্থ্য মন্ত্ৰীয়ে এইবোৰো জনা দৰকাৰ ।
চৰকাৰে নাকি লগালে সকলো দিশত লগাওঁক । ডাক্তৰ সকলৰ বাবে software আছে । তাতেই ৰোগীৰ পৰামৰ্শৰ পৰা ৰোগীৰ ইতিবৃত্তি আদি ৰেকৰ্ড হওঁক । সেই ৰেকৰ্ডৰ computerised copy insurance ত বা চৰকাৰী চুটি আদিত ব্যৱহাৰ হওঁক । লাহে লাহে সকলো থিক হ'ব । নাৰ্চিং হোমৰ বাবে নিৰ্দ্দিষ্ট criteria হওঁক আৰু সেইবোৰত নপৰা সকলক নিৰ্দিষ্ট সময় দি কওঁক ব্যৱস্থা কৰিবলৈ । নোৱাৰিলে বন্ধ কৰক । মই পৰীক্ষা কৰিবলৈ দিওঁতে দুটা laboratory ত একেলগে দিওঁ । প্ৰায়েই দুটা বেলেগ report ওলাই । ডাক্তৰে ৰোগীক চাই কোনটো শুদ্ধ বুলি ল'ব ঠিৰাং কৰে । এবাৰ হুক, ৰাওণ্ড আদি সকলো worm ওলোৱা report এটা চাই গুৱাহাটীৰ (ডাক্তৰ দেৱ শৰ্মা) এজন জেষ্ঠ চিকিৎসকৰ খং দেখি মই বিচুৰ্তি খালো । তেতিয়াৰ পৰা বিশ্বাস ধোঁৱা চাঙত । Girl friend ৰ নাকৰ partition কটাৰ কথাবোৰ আগতে কৈছোৱেই ।

Comments
Post a Comment