Moral support of public person

No public person should interfere in the process of any enquiry of corruption charges in either way,  as  it is a matter of great public interest. Now, all the public monitoring the activities of each other in support of "Modified" India.

সকলো নেতা,  জন প্ৰতিনিধি এটা কথাত সাৱধান হোৱা দৰকাৰ যে দুৰ্নীতিৰ বিষয়ৰ তদন্তত তেখেত সকলে প্ৰত্যক্ষ বা পৰোক্ষ কোনো ধৰণেই জড়িত হ'ব লগা নহয় । দেশত বৰ্তমান স্বচ্ছ ভাৰত অভিযান দ্ৰুত গতিৰে চলিছে । এই কামত সকলোৰে সহায় সহযোগিতা নিশ্চিত হওঁক । দীৰ্ঘ সময় সকলোৱে ৰাইজৰ আস্থাভাজন হৈ  ৰাজনৈতিক মঞ্চত থাকক । ৮০% ৰাইজৰ এই পদক্ষেপত সহযোগিতা আছে । দুই চাৰিটা দুৰ্নীতি পৰায়ণ লোকৰ বাবে কোনেও নিজৰ প্ৰতিচ্ছবি নষ্ট নকৰে বুলি আমাৰ দৃঢ় বিশ্বাস ।
ভাৰত মাতৃৰ জয় হওঁক ।

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?