ৰাজনৈতিক দলৰ সক্ৰিয়তা আৰু চৰকাৰ কামকাজ

চৰকাৰৰ প্ৰথম কাম জনস্বাৰ্থ । এজন বিষয়াৰ কাৰ্যকাল তিনিটা বছৰ হ'লেই বদলি কৰাটো নহয় । পিছে কেতিয়াবা কোনো কথাত হেঁচা -ঠেলা হৈ একোজন বিষয়া এনে সময়ত বদলি হৈ যাব লগা হয়,  যি সময়ত তেওঁ দুৰ্নীতিৰ তদন্তৰ দৰে জনস্বাৰ্থ জড়িত বিশেষ কামত নিয়োজিত হৈ থাকে । এইবোৰ দুৰ্নীতিত লিপ্ত প্ৰভাৱশালী চক্ৰ বা কেতিয়াবা ৰাজনৈতিক ভাবে হয় ।

 বিজেপি দলৰ আন আন দলৰ তুলনাত  এটা ব্যৱস্থা ভাল যে চৰকাৰ আৰু দল ইয়াত সমানেই সক্ৰিয় হৈ  থকাটো এটা নিয়ম । এই ব্যৱস্থাই চৰকাৰী কাম , চৰকাৰী আঁচনি কাৰ্য্যকৰী কৰাত চৰকাৰক বিভিন্ন ধৰণে সহায় কৰে । দলৰো কৰ্মকৰ্তা সকলৰ সৰ্ব দিশত তীক্ষ্ণ নজৰ থাকে ।   দল ৰাইজৰ সংস্পৰ্শত সকলো সময়তে থাকে আৰু চৰকাৰে  প্ৰয়োজন বুজি দলৰ লগত পৰামৰ্শ কৰে ।

 যি হওঁক , মানুহে নিবিচৰা কামৰ আদেশ বাতিল   কৰাটো চৰকাৰে কৰা এটা ভাল কৰিলে ।

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?