Inflation , Slowdown of GDP in India - some whatsapp msg from opposition

Inflation in India : Inflation rate based upon the Consumer Price Index (CPI) for the year :- 2012.........9.3%, 2013.........10.92% and 2017.........01.90% এইটো সকলোৱে চাবপৰা ( http://www.inflation.eu/inflation-rates/india/historic-inflation/cpi-inflation-india-2017.aspx ) তথ্য । বৰ্তমান whatsapp বা অন্য সামাজিক মাধ্যমত মূল্য বৃদ্ধিকে ধৰি অনেক বিষয়ে বিভিন্ন বিভ্ৰান্তিমূলক প্ৰচাৰ চলা দেখি আচৰিত নহৈ নোৱাৰি । চৰকাৰে কৰিবলৈ সমৰ্থ হোৱা বেয়া কামৰ বিষয়ে যেনেকৈ চৰ্চাৰ প্ৰয়োজন তেনেকৈ ভাল কামৰ কথাবোৰ আলোচনা হোৱা উচিত । মোডী চৰকাৰৰ ৰাজসাহাৰ্য কৰ্তন : ২০১৭-১৮ বত্ত বৰ্ষৰ বাবে খাদ্য , তেল আৰু সাৰৰ ওপৰত ৰাজ সাহাৰ্য্য নিৰ্দ্ধাৰণ হৈছিল Rs.2,40,338.6 কোটি টকা । অৰ্থাৎ ৰাজ সাহাৰ্য বৰ্তমানো আছে । Impect of Demonetization : Demonetization ৰ প্ৰভাৱ দেশৰ বৃহৎ সংখ্যক জনসাধাৰণৰ ওপৰত পৰিল । সেইটোৰ পৰা হ'ব পৰা বহুতো কথাই আমাৰ মূৰত খুন্দিয়াই গৈছিল আৰু মাজে মাজে লিখিছিলো । ক'লা ধন বুলি নকৈ বণিয়াৰ ভাষাৰে কেঁচা টকা বুলি ক'লেও তাৰ বিলুপ্তিৰ ফলত দিন হাজিৰা কৰা ম...