ALUMINIUM CONDUCTOR বোৰৰ Life আৰু পৰিবহন ক্ষমতা কিমান ?
অসমত এইবছৰ বিদ্যুত তাঁৰ পৰি ইমান মানুহ স্বৰ্গগামী হৈছে কিয় এই বিষয়ে বিভিন্ন লোকৰ লগত কথা পাতোতে বিশেষজ্ঞ অভিযন্ত্ৰা দুই একে কৰা মন্তব্য মন কৰিব লগা পাইছিলোঁ । APDCL ৰ বিদ্যুত পৰিবাহী ALUMINIUM CONDUCTOR বোৰৰ Life কিমান সেই সম্পৰ্কে আমি সাধাৰণ লোকে একো নেজানো । বা এইবোৰৰ মান সম্পৰ্কেও আমি জ্ঞাত নহয় । কথা হ'ল আমি বিভিন্ন কামত ঘৰত বা উদ্যোগ বোৰত ব্যৱহাৰ কৰা তাঁৰ ডাল কি কামত ব্যৱহাৰ হ'ব তাক ভিত্তি কৰি 0 .5 mm , 1mm ...10mm থাকে । অৰ্থাৎ কিমান load হ'ব তাৰ ওপৰত conductor ব্যৱহাৰ হয় । ধৰি লওঁ আমাৰ চুবুৰীত ৩০ বছৰ আগতে ৪০ ঘৰ মানুহ আছিল । সেই মতে পথৰ কাষৰ পোষ্টত conductor আৰু ১০০ KVA transformer আছিল । পিছত মানুহ বাঢ়ি ১৫০ ঘৰ হ'ল । Voltage নেথাকে আৰু সঘনাই transformer জ্বলে । পিছে ব্যক্তিগত কোনোবাই যদি transformer apply কৰে তেনে 100KVA Transformer -ত 80KVA load - লোৱাৰ অনুমতিহে APDCL ৰ পৰা দিয়ে ।
এতিয়া প্ৰশ্ন হ'ল , চৰকাৰৰ বিভিন্ন আঁচনিত বিদ্যুত বিতৰণ ব্যৱস্থা বাঢ়ি গৈ আছে আৰু সাধাৰণ অৱস্থাত মানুহৰ ঘৰো বাঢ়ি গৈ আছে । APDCL ৰ বৰ্তমান থকা Conductor বোৰৰ বহন ক্ষমতা আচলতেনো কিমান আৰু সেইবোৰে বহন কৰি আছে কিমান সেয়া পৰীক্ষা কৰা দৰকাৰ । কাৰণ মই সাধাৰণ দৃষ্টিৰে দেখা APDCL ৰ বিভিন্ন ঠাইত থকা Transformer বোৰেই overloaded বুলি অনুমান কৰিছোঁ আৰু ই সত্য । মানুহৰ ঘৰত point হিচাপে বাধ্যতামূলক ভাৱে load বঢ়াই দিয়া APFCL এ সেই অঞ্চলৰ Transformer load কেতিয়া বঢ়ায় ?
Conductor বোৰৰ quality কি সেইটো কোনে নিশ্চিত কৰে ? বৰ্তমান ব্যৱহাৰ হৈ থকা বোৰৰ পৰা একোডোখৰ তৃতীয় পক্ষৰ হতুৱাই পৰীক্ষা কৰা দৰকাৰ । হয়তো সেইটোও এটা দুৰ্জয় কেলেংকাৰী ওলাব পাৰে । চৰকাৰে তৎপৰতাৰে বিষয়টো পৰীক্ষা কৰক । দীঘল হাতৰ আঁওতাৰ বাহিৰত পৰীক্ষা কৰক ।

Comments
Post a Comment