It is better to conquer yourself than to win
প্ৰাসংগিকতা আছে আৰু থাকিবই বুলি পুনঃ share কৰিলোঁ। বুদ্ধদেৱে কৈছিল :
"It is better to conquer yourself than to win a thousand battles. Then the victory is yours. It cannot be taken from you, not by angels or by demons, heaven or hell.."
" আমি মিলিজুলি থাকিব নোৱাৰোঁ । পৰস্পৰক ভাল নেপাওঁ । আমি ঘোৰ স্বাৰ্থপৰ । ইজনে সিজনক ঘৃণা নকৰাকৈ , ঈৰ্ষা নকৰাকৈ আমি তিনিজন লোকো একেলগে থাকিব নোৱাৰো । মোতকৈ আন এজন কিয় ডাঙৰ হ'ব সেই চিন্তাই আমাক ভগৱানৰ পূজাতো বেমেজালি কৰে । নিজৰ ভিতৰত খোৱা কামোৰা এৰি সৎ কৰ্ম, সজ চিন্তা , সৎ উপায় অৱলম্বন কৰিব নোৱাৰা বাবেই যি কোনো সংগঠন ভালকৈ হোৱাত প্ৰধান অন্তৰায় ৰূপে দেখা দিয়ে ।" - স্বামী বিবেকানন্দ
এইটো সঁচা কথা যে আমি কোনোবাই ভালকাম কৰিলেও appreciate কৰিবলৈ দ্বিধাবোধ কৰোঁ । কিয়নো আমাৰ তেনে গুণৰ বাবে আনজন আমাতকৈ ওপৰলৈ গুচি যাব পাৰে । ই আমাৰ এক মাৰাত্মক ৰোগ, যি জাতিৰ মেৰুদণ্ড কেতিয়াও পোন হ'বলৈ নিদিয়ে । আমি কোনটো ভাল , কোনটো বেয়া তাক সমূহিয়াকৈ পৰ্যালোচনা কৰাৰ কোনো থল নেৰাখো বাবেই ভুল- শুদ্ধৰ বিচাৰ কেতিয়াও কৰিব নোৱাৰোঁ ।
"জাতিক প্ৰতিষ্ঠিত হ'বৰ বাবে তিনিটা গুণ লাগে -
১) সততাৰ শক্তিত বিশ্বাস ৰাখিব লাগিব ।
২) ঈৰ্ষা আৰু সন্দেহৰ অৱসান হ'ব লাগিব ।
৩) সৎ হ'বলৈ চেষ্টা কৰা আৰু সৎ কৰ্ম কৰিব খোজা সকলক সহায় কৰিব লাগিব ।" এয়াও স্বামী বিবেকানন্দৰ বক্তব্য ।
বহুকথাই আমি প্ৰকৃতিৰ পৰা শিকিব পাৰো যি আমাৰ জীৱনৰ প্ৰতি ক্ষণ সুখ সমৃদ্ধিৰে ওপচাই তুলিব পাৰে । আমিও যে প্ৰকৃততে প্ৰকৃতিয়েই সেয়া পাহৰি আমি প্ৰকৃতিক নিয়ন্ত্ৰণ কৰাৰ কথা চিন্তা কৰাটোৱেই হাস্যকৰ ।

Comments
Post a Comment